এই গছে ঘৰলৈ কঢ়িয়াই অশুভ বাৰ্তা, নেতিবাচক শক্তি

asomiyapratidin

তেতেলী গছ

বিশ্বাস অনুসৰি, তেতেলী গছ ঘৰৰ সন্মুখত থাকিলে ঘৰখনত নেতিবাচকতা বিয়পে

আঁহত গছ

ঘৰৰ চাৰিওফালে আঁহত গছ থকাটোও শুভ বুলি গণ্য কৰা নহয়

খেজুৰ গছ

ঘৰৰ চৌহদত খেজুৰ গছো ৰোপণ কৰিব নালাগে

প্লাম গছ

বহুলোকে ঘৰৰ চৌহদত প্লাম গছ ৰোপণ কৰে।

মদাৰ ছ

ঘৰত চৌহদত মদাৰ গছ থাকিলে নেতিবাচকতা বৃদ্ধি কৰে