এতিয়া ‘ষ্ট্ৰেচ মাৰ্ক’ৰ সমস্যাৰ বাবে চিন্তাৰ কাৰণ নাই

asomiyapratidin

হালধি

হালধিত পোৱা এণ্টিঅক্সিডেণ্টে ‘ষ্ট্ৰেচ মাৰ্ক’ উপশম কৰাত সহায় কৰে

 আলুৰ ৰস 

ষ্ট্ৰেচ মাৰ্ক’ৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি আলুৰ ৰসো ব্যৱহাৰ কৰিব পাৰে। 

চেনী স্ক্ৰাব 

চেনী স্ক্ৰাব ব্যৱহাৰ কৰি আপুনি ‘ষ্ট্ৰেচ মাৰ্ক’ৰ সমস্যাৰ পৰা সকাহ পাব পাৰে। এটা কাপত অলপ চেনী লৈ ইয়াত ১/৪ কাপ বাদাম তেল, নাৰিকল তেল আৰু নেমুৰ ৰস দিব। 

তিয়ঁহ আৰু নেমুৰ ৰস 

তিয়ঁহৰ ৰসে ছাল উন্নত কৰাত সহায় কৰে।আনহাতে, নেমুৰ ৰসত আৰোগ্যকাৰী গুণাগুণ থাকে, যিয়ে আপোনাক ‘ষ্ট্ৰেচ মাৰ্ক’ৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। 

এল’ভেৰা 

এল’ভেৰাত পোৱা আৰোগ্যকাৰী গুণাগুণে ছাল কোমল কৰি ৰখাত সহায় কৰে।আপুনি ২০-৩০ মিনিটৰ বাবে ‘ষ্ট্ৰেচ মাৰ্ক’ত সতেজ এল’ভেৰা জেল প্ৰয়োগ কৰিব। 

নাৰিকল তেল 

বহু গৱেষণাত ইতিমধ্যে প্ৰমাণিত হৈছে যে নাৰিকল তেলে ছালৰ ঘাঁ নিৰাময় কৰাত যথেষ্ট সহায় কৰে।নাৰিকল তেল আপুনি ‘ষ্ট্ৰেচ মাৰ্ক’ আঁতৰাবলৈও ব্যৱহাৰ কৰিব পাৰে।

চাহ গছৰ তেল (টি ট্ৰী অইল)

আপুনি চাহ গছৰ তেল ব্যৱহাৰ কৰিও ‘ষ্ট্ৰেচ মাৰ্ক’ৰ সমস্যাৰ পৰা সকাহ পাব পাৰে।