পৃথিৱীৰ সৰ্ববৃহত ৮ টা বিমানবন্দৰৰ বিষয়ে জানো আঁহক

Asomiya Pratidin

১. বেইজিং ডেস্কিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

ষ্টাৰফিছ নামেৰে জনাজাত এই বিমানবন্দৰটোৱে মুঠ ১৮ বৰ্গমাইল এলেকা আগুৰি বিশ্বৰ সৰ্ববৃহৎ 

২. কিং ফাড আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

সৰ্বমুঠ ৭৮০ বৰ্গকিলোমিটাৰ এলেকা আগুৰি থকা বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ

৩. ডেণবাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

প্ৰায় ৩৫০০০ কৰ্মচাৰীয়ে কাম কৰা এই বিমানবন্দৰটোৱে মুঠ ১৩৬ বৰ্গকিলোমিটাৰ মাটি-কালি আগুৰি আছে।

৪. ডেল্লাচ ফৰ্ট ৱৰ্থ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

১৯৭৩ চনতেই স্থাপিত এই বিমানবন্দৰটোৱে মুঠ ৭০ বৰ্গকিলোমিটাৰ এলেকা আগুৰি আছে

৫. অৰলান্ড আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

পূৰ্বতে মেক কই এয়াৰফৰ্ছ বেছ নামেৰে জনাজাত এই বিমানবন্দৰটোৱে সৰ্বমুঠ ৬০ বৰ্গকিলোমিটাৰ মাটি-কালি আগুৰি আছে।

৬. ৱাশ্বিংটন ডাল্লেছ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

১৯৬২ চনতেই স্থাপিত এই বিমানবন্দৰটোৱে মুঠ ৫২.৬ বৰ্গকিলোমিটাৰ এলেকা আগুৰি আছে।

৭. জিৱ,ৰ্জ ৱাছ আন্তঃমহাদেশীয় বিমানবন্দৰ

হিউছটন আন্তঃমহাদেশীয় বিমানবন্দৰ নামেৰে আৰম্ভণী হোৱা এই বিমানবন্দৰটো ১৯৯৭ চনত পুনৰ নামাকৰণ কৰা হয়। এই বিমানবন্দৰটোৱে মুঠ ৪০ বৰ্গকিলোমিটাৰ এলেকা আগুৰি আছে।

৮. শ্বাংঘাই পুডং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

চীনৰ সকলোতকৈ ব্যস্ত বিমানবন্দৰ ৰূপে পৰিচিত এই বিমানবন্দৰটোৱে মুঠ ৪০ বৰ্গকিলোমিটাৰ মাটি-কালি সাঙুৰি আছে।