নাকত তিল থকাসকলৰ ভাগ্যৰ বিষয়ে জানি লওক

যিসকল ছোৱালীৰ নাকত তিল থাকে, তেওঁলোক জন্মগতভাৱেই খঙাল স্বভাৱৰ হয়।

নাকত তিল থকা লোকসকল বহুত ভাগ্যৱান। নাকৰ তিলটোক সৌভাগ্যৰ লক্ষণ বুলি গণ্য কৰা হয়। 

যিসকল লোকৰ নাকৰ সোঁফালে তিল থাকে, তেওঁলোক অপৰূপ সৌন্দৰ্য্যৰ অধিকাৰী।

যিসকল লোকৰ নাকৰ সন্মুখৰ অংশত তিল থাকে তেওঁলোক বহুত ধনী। এই লোকসকলে পুত্ৰ সুখ লাভ কৰে।

যিসকল ছোৱালীৰ নাকৰ মাজত তিল থাকে তেওঁলোক অতি ধনী, ভাগ্যৱান আৰু বহুতো কলা জানে।