asomiyapratidin
কাহৰ পৰা সকাহ পাবলৈ আপুনি শিশুটিক মৌ খুৱাব পাৰে।মৌত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে।
শিশুটোক কাহৰ পৰা সকাহ দিবলৈ আপুনি তেওঁলোকক গৰম পানীয় খুৱাব । ই তেওঁলোকৰ ডিঙি সহজে পৰিস্কাৰ কৰিব, ফলত শিশুটিৱে কাহৰ পৰাও সকাহ পাব।
গা ধোৱা বা পানী খোৱাৰ সময়ত আপুনি শিশুটিক ভাপ দিব পাৰে। ভাপে শিশুটিৰ শ্লেষ্মা পৰিষ্কাৰ কৰি কাহৰ পৰা সকাহ দিব।
কাহৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি শিশুটিক নিমখ পানীৰে গাৰ্গল কৰিব পাৰে। পাতল কুহুমীয়া পানীত অকনমান নিমখ দি শিশুটিক গাৰ্গল কৰাব।
হালধী গাখীৰ
এই সময়ছোৱাত আপুনি শিশুটোক হালধিৰ গাখীৰ খুৱাব পাৰে।ইয়াৰ পৰাও তেওঁলোকে কাহৰ সমস্যাৰ পৰা যথেষ্ট সকাহ পাব।