ৰাতিপুৱা উঠি খালী পেটত তিয়াই থোৱা কাঠবাদাম খোৱাৰ অভ্যাস কৰক।আনহাতে, সন্ধিয়া মিঠা আলু খাব।
কমলা আৰু গাজৰৰ ৰস চকুৰ বাবে যথেষ্ট উপকাৰী। খোৱাৰ পিছত বা যিকোনো সময়তে ১ টা কমলা আৰু গাজৰ খোৱাৰ ফলত দৃষ্টিশক্তি বৃদ্ধি হয়।
ৰাতিপুৱা খালী পেটত মেথিগুটিৰ পানী খাই আপুনি চশমাৰ পৰা দূৰত থাকিব পাৰে।ইয়াৰ বাবে ৰাতি পানীত মেথিগুটি তিয়াই পূৱা খাব।
পালেং শাকৰ পুষ্টিকৰ গুণৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই।পালেঙত আইৰণ, জিংক, ভিটামিন এ, চি আৰু কে থাকে, যি দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায়ক।
{{ primary_category.name }}