asomiyapratidin
কিয়নো তুলসী অতি পবিত্ৰ, যাৰ বাবে মাটিত পোনপটীয়াকৈ ৰোপন কৰাটো উচিত নহয়।
আপুনি হয়তো তুলসীক দৈনিক উপাসনা কৰে।
কিন্তু দেওবাৰে কেতিয়াও তুলসীক উপাসনা কৰিব নালাগে। এই দিনটোত তুলসীত পানীও দিব নালাগে।
কিয়নো এই দিশত তুলসীৰ গছ থাকিলে ঘৰৰ মূল মানুহজনৰ খং উঠি থাকিব পাৰে।
সেয়েহে এই দিশত তুলসী ৰোপণ কৰিলে মা লক্ষ্মী অসন্তুষ্ট হ'ব পাৰে আৰু ঘৰখনলৈ দৰিদ্ৰতা আহিব পাৰে।
একাদশী, সূৰ্যগ্ৰহণ, চন্দ্ৰগ্ৰহণৰ সময়তো ইয়াক স্পৰ্শ কৰাটো শুভ বুলি গণ্য কৰা নহয়।