asomiyapratidin
কিয়নো তুলসী অতি পবিত্ৰ, যাৰ বাবে মাটিত পোনপটীয়াকৈ ৰোপন কৰাটো উচিত নহয়।
কিন্তু দেওবাৰে কেতিয়াও তুলসীক উপাসনা কৰিব নালাগে। এই দিনটোত তুলসীত পানীও দিব নালাগে।
কিয়নো এই দিশত তুলসীৰ গছ থাকিলে ঘৰৰ মূল মানুহজনৰ খং উঠি থাকিব পাৰে।
সেয়েহে এই দিশত তুলসী ৰোপণ কৰিলে মা লক্ষ্মী অসন্তুষ্ট হ'ব পাৰে আৰু ঘৰখনলৈ দৰিদ্ৰতা আহিব পাৰে।