অধিকাংশ প্ৰসাধন সামগ্ৰীতে ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ কৰা হয়
গৰ্ভাৱস্থাত শৰীৰটোক সুস্থ ৰাখিবলৈ অত্যাধিক পৰিমাণে পানী খোৱাটো খুবেই জৰুৰী
গৰ্ভধাৰণৰ সময়ত বহু স্বাস্থ্য সমস্যাই দেখা দিয়ে।কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি নিজৰ যত্ন লোৱা বন্ধ কৰিব।
গৰ্ভধাৰণৰ সময়ত গেৰোহা প্ৰায়ে ফাটি যায়।
সেয়েহে গৰ্ভধাৰণৰ সময়ছোৱাত প্ৰাকৃতিক উজ্জ্বলতা তথা সম্পূৰ্ণ স্বাস্থ্যৰ যত্নৰ বাবে পুষ্টিসমৃদ্ধ খাদ্য, যেনে ফল, পাচলি, শস্য, গাখীৰ, দৈ, মাছ তথা বাদাম বেছিকৈ খাব