নহৰুৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।চৰ্দি আৰু ফ্লু ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰতো নহৰু মহষৌধী।
উচ্চ ৰক্তচাপত ভুগি থকা সকলে আহাৰৰ সৈতে সদায়ে নহৰু খোৱাৰ অভ্যাস কৰিব লাগে।
কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নহৰুৱে গুৰুতৰ ভূমিকা পালন কৰে।
নিয়মীয়াকৈ অন্যান্য পাচলি আৰু ফলৰ লগতে নহৰু খালে মলাশয়ৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা ৩৫ শতাংশ কমি যায়।