তিয়ঁহৰ স্বাস্থ্য উপকাৰিতা

asomiyapratidin

পুষ্টিৰ পৰিমাণ অধিক

তিয়ঁহত অতি কম পৰিমাণৰ কেলৰি থকাৰ লগতে বহু দৰকাৰী ভিটামিন আৰু খনিজ পদাৰ্থ আছে।

এণ্টিঅক্সিডেণ্টৰে ভৰপুৰ

যাৰ ফলত ই কৰ্কট ৰোগ, হৃদযন্ত্ৰ, হাঁওফাঁওকে ধৰি শৰীৰৰ বিভিন্ন অংগক সুস্থ কৰি ৰাখিব পাৰে।

ওজন হ্ৰাসত সহায়ক

ইয়াত পানীৰ পৰিমাণ বহু বেছি হোৱা বাবেও ওজন হ্ৰাসত ই সহায়ক।

ডায়েবেটিছৰ জটিলতা প্ৰতিহত কৰে

অক্সিডেটিভ চাপ হ্ৰাস কৰাৰ লগতে ডায়েবেটিছ সম্পৰ্কীয় জটিলতা প্ৰতিৰোধ কৰাতো কাৰ্যকৰী হ'ব পাৰে।