ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ পৰা পাচন তন্ত্ৰ শক্তিশালী কৰালৈ

ৰোগ প্ৰতিৰোধক

লং চাহে আমাৰ শৰীৰৰটোক গৰম কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে।

চৰ্দি-কাহ

পৰিৱৰ্তনশীল ঋতুত অধিকাংশই চৰ্দি আৰু কাহৰ কবলত পৰে।এই সমস্যাৰ পৰা সমাধান লাভ কৰিবলৈ আপুনি লং চাহ খাব পাৰে।

দাঁতৰ বিষ

দাঁতৰ বিষৰ পৰা সোনকালে সকাহ পাবলৈ জেষ্ঠ্যসকলে লং তেল বা লং ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে। 

হজম

লং চাহ খালে হজমশক্তি উন্নত হয়। যদি আপোনাৰ হজমৰ সমস্যা আছে, তেন্তে আপুনি লং চাহ খোৱা আৰম্ভ কৰিব পাৰে।

বিপাক

ৰাতিপুৱা দৈনিক লং চাহ খালে ই আপোনাৰ বিপাকৰ হাৰ বৃদ্ধি কৰিব পাৰে। কেৱল এয়াই নহয়, ই ওজন হ্ৰাস কৰাতো যথেষ্ট সহায়ক।

প্ৰদাহ-প্ৰতিৰোধী

লং চাহ প্ৰদাহ-প্ৰতিৰোধী। এই চাহ খালে হাঁওফাঁওৰ প্ৰদাহ হ্ৰাস হয় আৰু আপুনি সকাহ অনুভৱ কৰিব পাৰে।