হাজাৰটা ৰোগৰ কাৰক ‘এনাৰ্জী ড্ৰিংক’

বহুলোকে পিয়াহ লাগিলে পানীৰ সলনি ‘এনাৰ্জী ড্ৰিংক’ সেৱন কৰে। কিন্তু এনে কৰাৰ ফলত শৰীৰত ‘ডিহাইড্ৰেচন’ হ'ব পাৰে।

এনাৰ্জী ড্ৰিংক’ তৈয়াৰ কৰিবলৈ চেনী আৰু ফ্লেভাৰ ব্যৱহাৰ কৰা হয়। এই ফ্লেভাৰ আৰু চেনী দাঁতৰ বাবে ক্ষতিকাৰক হ'ব পাৰে।

অত্যাধিক পৰিমাণৰ ‘এনাৰ্জী ড্ৰিংক’ সেৱন কৰিলে উচ্চ ৰক্তচাপৰ সমস্যা হ'ব পাৰে।

 অত্যাধিক পৰিমাণৰ এনাৰ্জী ড্ৰিংক সেৱন কৰিলে নিদ্ৰাহীনতাৰ দৰে সমস্যাও হ'ব পাৰে। 

এনাৰ্জী ড্ৰিংক’ তৈয়াৰ কৰিবলৈ বৃহৎ পৰিমাণৰ চেনী ব্যৱহাৰ কৰা হয়।