বিলাহীৰ সতেজতা কিদৰে অক্ষুন্ন ৰাখিব পাৰি জানেনে ?

এদিন ভাল ৰ'দত বিলাহী শুকুৱাই ৰাখিলে ই দীৰ্ঘসময়ৰ বাবে সতেজ হৈ থাকে।

দীঘলীয়া সময়ৰ বাবে বিলাহী সংৰক্ষণ কৰিবলৈ আপুনি বিলাহীখিনি ফ্ৰীজাৰত ৰাখিব পাৰে।

আপুনি বিচাৰিলে বিলাহীৰ পাউদাৰো বনাব পাৰে।

ইয়াৰ বাহিৰেও, আপুনি মাইক্ৰ'ৱেভতো বিলাহী শুকুৱাই দীৰ্ঘদিনলৈ সংৰক্ষণ কৰিব পাৰে।