এল’ভেৰা থাকিলে ঘৰখনৰ সদস্যসকলৰ সৌভাগ্য বৃদ্ধি হোৱাৰ লগতে সফলতাৰ বাবে হেঙাৰ হোৱা সকলো বাধা আঁতৰ হয়।বাস্তু শাস্ত্ৰৰ মতে,
এল’ভেৰা ঘৰৰ পূব দিশত ৰোপণ কৰিলে মানসিক শান্তি হয় বুলিও বিশ্বাস কৰা হয়।
ঘৰত ভিতৰত এল’ভেৰা থাকিলে ঋণাত্মক শক্তি আঁতৰ হয়।
অধিক পানী পালে ইয়াৰ পাতবোৰ হালধীয়া আৰু কোমল হ'ব পাৰে।