সুখ-সমৃদ্ধিৰ বাবে আপুনিও ঘৰত লাফিং বুদ্ধ ৰাখে নেকি ?

লাফিং বুদ্ধক কেতিয়াও ঘৰৰ মূল দুৱাৰৰ মুখত নাৰাখিব।যদিও ৰাখে, তেন্তে মূৰ্তিটোৰ মুখখন মূল দুৱাৰ বা ঘৰৰ ফালে থাকিব লাগে।

লাফিং বুদ্ধক মূল গেটৰ সন্মুখত কমেও ৩০ ফুট উচ্চতাত ৰাখিব লাগে।

লাফিং বুদ্ধক কেতিয়াও নিজৰ ধনেৰে ক্ৰয় কৰিব নালাগে।লাফিং বুদ্ধ নিজে ক্ৰয় কৰিলে শুভ ফলাফল পোৱা নাযায়।

লাফিং বুদ্ধৰ মূৰ্তিটোক সুখৰ প্ৰতীক বুলি গণ্য কৰা হয়।

হাতত টোপোলা লৈ থকা লাফিং বুদ্ধ ঘৰত থকাটোও অতি শুভ বুলি গণ্য কৰা হয়।