গাখীৰতকৈও পাচগুণ বেছি কেলছিয়ামযুক্ত চিয়া ছীডছ

কৰ্কট ৰোগ প্ৰতিৰোধক 

চিয়া বীজত পোৱা এণ্টিঅক্সিডেণ্টবোৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী।

ওজন হ্ৰাসত সহায়ক

এই বীজবোৰ ওজন নিয়ন্ত্ৰণৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয়।

শক্তিশালী হয় হাড় 

এই বীজত থকা কেলচিয়ামে হাড় শক্তিশালী কৰাত সহায় কৰে।

কলেষ্টেৰল নিয়ন্ত্ৰণক

কলেষ্টেৰল হ্ৰাস কৰাতো এই বীজ খুব উপকাৰী।ইয়াত পোৱা অমেগা ৩ ফেটি এচিডে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে। 

ডায়েবেটিচ নিয়ন্ত্ৰণক

এই বীজ ডায়েবেটিচ ৰোগীসকলৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয়। ইয়াত থকা গুণাগুণবোৰে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

কোষ্ঠকাঠিন্যৰ পৰা সকাহ 

চিয়া বীজত থকা পুষ্টিবোৰে কোষ্ঠকাঠিন্য উপশম কৰে।ইয়াত পোৱা আঁহে অন্ত্ৰৰ চলাচলৰ প্ৰক্ৰিয়া সহজ কৰাত সহায় কৰে।