এই ৰঙৰ মমবাতি ঘৰলৈ আনি মুকলি কৰক সফলতাৰ পথ

পূব দিশত সেউজীয়া মমবাতি জ্বলোৱাটো অতি শুভ বুলি গণ্য কৰা হয়। 

দক্ষিণ দিশত মমবাতি জ্বলালে ঘৰখনত নেতিবাচক শক্তিবোৰ নাইকিয়া হয় আৰু ইতিবাচক শক্তিৰ আগমণ হয়।

এই দিশত ক'লা মমবাতি ৰখাটো ভাল বুলি গণ্য কৰা হয়।

ঘৰৰ পশ্চিম দিশত বগা ৰঙৰ মমবাতি ৰখাটো ভাল বুলি বিশ্বাস কৰা হয়। 

ঘৰত হালধীয়া মমবাতি ৰখাটোৱে আপোনাৰ সফলতাৰ সম্ভাৱনা বৃদ্ধি কৰে।