আজিয়েই ঘৰলৈ আনক কাছ, লাভ কৰক জীৱনৰ সকলো সুখ

asomiyapratidin

কাছ ক’ত ৰাখিব ?

কাছ পৃথিৱীত দীৰ্ঘদিন ধৰি বাস কৰা এটা শান্ত প্ৰাণী।

আয়ুস বৃদ্ধি

কাছ দীৰ্ঘজীৱি প্ৰাণী।যাৰ বাবে যদি ইয়াক ঘৰত ৰখা হয়, তেতিয়া পৰিয়ালৰ সদস্যসকলৰ আয়ুস যথেষ্ট বৃদ্ধি হয়।

ধনাত্মক শক্তি

 ই আপোনাৰ কৰ্মজীৱনলৈ ইতিবাচক শক্তি কঢ়িয়াই আনিব।

বিবাদ দূৰ

যদি কোনো কাৰণতে ঘৰৰ সদস্যসকলৰ মাজত কাজিয়া লাগি থাকিলে ঘৰত দুটা কাছ ৰাখিব। এনে কৰাৰ দ্বাৰা ঘৰৰ বিবাদ দূৰ হৈ ঘৰখনলৈ শান্তি আহিব।

ৰোগ দূৰ হয়

যদি এজন ব্যক্তিৰ স্বাস্থ্য দীঘলীয়া সময়ৰ বাবে ভালে নাথাকে, তেন্তে এটা কাছ ঘৰৰ দক্ষিণ-পূব দিশত ৰাখিব লাগে।

সন্তান প্ৰাপ্তি

বাস্তু আৰু ফেংচুইৰ মতে, যি ঘৰত কোনো সন্তান নাই বা তেওঁলোকে কাছৰ পিঠিত পোৱালী কাছ উঠি থকা কাছৰ মূৰ্তি বা ফটো তেওঁলোকৰ ঘৰত ৰাখিব লাগে