asomiyapratidin
হিন্দু ধৰ্মত সোণ আৰু ৰূপক অতি পৱিত্ৰ বুলি গণ্য কৰা হয় আৰু ইয়াক উপাসনাও কৰা হয়।
কেতিয়াও কিতাপ বা বাতৰি কাকত আপোনাৰ বিচনাৰ ওচৰত নাৰাখিব। এই বস্তুবোৰেই আপোনাৰ জীৱনলৈ অহা নেতিবাচকতাৰ কাৰণ।
ইলেক্ট্ৰনিক সামগ্ৰীবোৰো বিচনাখনৰ ওচৰত ৰাখিব নালাগে। এই বস্তুবোৰৰ দ্বাৰা নিৰ্গত শক্তিয়ে ঘৰটো নেতিবাচকতাৰে ভৰাই তুলিব পাৰে।
বহুলোকৰে গাৰুৰ ওচৰত পানীৰ বটল এটা লৈ শোৱাটো এক প্ৰকাৰ অভ্যাস।কিন্তু এনে কৰাটো একেবাৰে উচিত নহয়।
বহুলোকে দিনত পিন্ধা লেতেৰা কাপোৰ ৰাতি খুলি বিচনাত থৈ দিয়ে।কিন্তু বাস্তু বিশ্বাস অনুসৰি, এনে কৰাটো অতি অশুভ।
বহুলোকৰ শোৱাৰ সময়ত চাহ, কফি বা গাখীৰ খোৱাৰ অভ্যাস আছে।ৰাতি টোপনি যোৱাৰ আগতে এইসমূহ খাই কাপ বা গিলাচটো বিচনাখনৰ ওচৰতে ৰাখে।