নখ ধুনীয়া কৰি ৰখাৰ ৫ টা ঘৰুৱা উপায়

asomiyapratidin

অলিভ অইল

অলিভ অইল বা জলফাই তেল ব্যৱহাৰ কৰি আপুনি নখৰ বিকাশ বৃদ্ধি কৰিব পাৰে। ইয়াত থকা ভিটামিন-ইয়ে নখক পুষ্টি প্ৰদানত সহায় কৰে। ই

এপল চাইডাৰ ভিনেগাৰ 

এপল চাইডাৰ ভিনেগাৰেও নখৰৰ বিকাশত সহায় কৰে।

নহৰু

নখৰ বিকাশৰ বাবে নহৰুও অতি কাৰ্যকৰী। ইয়াৰ বাবে নহৰু দুটুকুৰাকৈ কাটি ১০ মিনিটৰ বাবে নখত ঘঁহি থাকিব।এনেদৰে দৈনিক কৰিলে কেইদিনমানৰ ভিতৰতে নখ বাঢ়িবলৈ আৰম্ভ কৰিব। 

কমলা ৰস

আপুনি কমলা ৰস ব্যৱহাৰ কৰিও নখ বঢ়াব পাৰে।  নখত ১০ মিনিটৰ বাবে কমলা ৰস প্ৰয়োগ কৰিব আৰু পিছত কুহুমীয়া পানীৰে ধুব পেলাব।

নাৰিকল তেল 

এই তেলত পোৱা ফেটি এচিড আৰু অন্যান্য পুষ্টিয়ে নখৰ বিকাশ বৃদ্ধিত সহায় কৰিব। নখত দৈনিক নাৰিকল তেল মালিচ কৰিলে নখ দীঘল হ'বলৈ আৰম্ভ কৰিব।