ৰুতুৰাজ গায়কৱাড় - এটা অভাৰত ৭ টা ছয় মৰা বিশ্বৰ প্ৰথমজন বেটছমেন

Asomiya Pratidin

সোমবাৰে আহমেদাবাদত মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ মাজত অনুষ্ঠিত বিজয় হাজাৰে ট্ৰফীত ‘লিষ্ট-এ’ ক্ৰিকেটত বিশ্ব অভিলেখ গঢ়িলে ৰুতুৰাজ গায়কৱাড়ে।

‘লিষ্ট-এ’ ক্ৰিকেটত এটা অভাৰত ৭টা ছয় মৰা বিশ্বৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হ’ল ৰুতুৰাজ।

Source- Instagram

বিশ্ব অভিলেখ গঢ়া ক্ৰিকেটাৰজনে এটা অ’ভাৰতে ৪৩ ৰাণ সংগ্ৰহ কৰে, যাৰ ভিতৰত আছে অভিলেখ গঢ়া ৭ টা ছয়

Source- Instagram

ৰুতুৰাজ গায়কৱাড়ে আই পি এলত চেন্নাই চুপাৰ কিংছৰ হৈ খেলিছিল।

ৰুতুৰাজ গায়কৱাড়