পুৱাই উত্তৰ প্ৰদেশত খহি পৰিল উৰণীয়া সেতু

পুৱাই উত্তৰ প্ৰদেশত খহি পৰিল উৰণীয়া সেতু

ডিজিটেল ডেস্কঃ শনিবাৰে পুৱা উত্তৰ প্ৰদেশৰ বাষ্টি জিলাত নিৰ্মাণৰত এখন উৰণীয়া সেতু খহি পৰে। এই ঘটনাত উৰণীয়া সেতুখন নিৰ্মাণ কৰি থকা কেবাজনো বনুৱা আহত হয়।

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, নিৰ্মাণৰ কাম নিম্নমানৰ হোৱা বাবেই এইদৰে উৰণীয়া সেতুখন খহি পৰে।

লক্ষ্ণৌৰ পৰা ২০৫ কিঃমিঃ নিলগৰ এটা হাইৱেট এই উৰণীয়া সেতুখন নিৰ্মাণ কৰি থকা হৈছিল। এতিয়াও দুজন লোক সন্ধানহীন হৈ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in