বিনোদন
কোভিডত আক্ৰান্ত হৈ বলিউদৰ সংগীত পৰিচালক শ্ৰৱণ ৰাথোডৰ মৃত্যু…
- বলিউদৰ সংগীত পৰিচালক শ্ৰৱণ ৰাথোডৰ মৃত্যু ।
- কোভিডত আক্ৰান্ত হৈ বৃহস্পতিবাৰে নিশা মৃত্যু হয় সংগীত পৰিচালক গৰাকীৰ ।
- মুম্বাইৰ এখন চিকিৎসালয়ত মৃত্যু হয় সংগীত পৰিচালক গৰাকীৰ ।
- ৰাথোডৰ দেশত কোভিডৰ উপস্থিতি ধৰা পৰাৰ পিছতে সোমবাৰে মুম্বাইৰ এছ.এল. ৰহেজা চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল ।
- বলিফদৰ বহু জনপ্ৰিয় গীতৰ পৰিচালনা কৰিছিল ৰাথোডে ।