Published on:
Updated on:
- পুনৰ সংবাদ শীৰ্ষত অসমৰ বক্সাৰ শিৱ থাপা।
- ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত চমক সৃষ্টি কৰিছে শিৱই।
- এলিট মেনছ নেচনেল বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰিলে শিৱই।
- ফাইনেলত শিৱৰ সন্মুখত আছিল এছ এছ চিৰ দলবীৰ।
- দলৱীৰক ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰে শিৱই।
- কৰ্ণাটকৰ ইনস্পায়াৰ ইনষ্টিটউট অৱ স্পৰ্টছত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in