শ্বেৰমান আলীক ন্যায়িক জিম্মালৈ প্ৰেৰণ…

শ্বেৰমান আলীক ন্যায়িক জিম্মালৈ প্ৰেৰণ…
  • শ্বেৰমান আলীক হাজিৰ চিজেএম আদালতত।
  • মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই হাজিৰ কৰে ৫ দিনৰ জিম্মাৰ অন্তত।
  • মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই আৰু জিম্মাত নিবিচাৰিলে বিধায়ক গৰাকীক।
  • শ্বেৰমান আলীক প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মালৈ।
  • গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ যাব বিধায়ক শ্বেৰমান আলী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in