অসম

শ্বৰ্ণিম বিজয় বৰ্ষ উপলক্ষে ভাৰতীয় সেনা বাহিনীৰ বিশেষ আলোচনাচক্ৰ

asomiyapratidin
  • গুৱাহাটীত উপস্থিতি কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী অজয় ভাট।
  • খানাপাৰাৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত সেনাবাহিনীৰ বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব মন্ত্ৰীগৰাকীয়ে।
  • খানাপাৰাৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত শ্বৰ্ণিম বিজয় বৰ্ষ উপলক্ষে ভাৰতীয় সেনা বাহিনীৰ বিশেষ আলোচনাচক্ৰ।
  • "Bangladesh And North East India: Into the Raising Sun" শীৰ্ষক এই আলোচনা চক্ৰৰ আয়োজন।
  • এই আলোচনাচক্ৰত ভাৰত-বাংলাদেশৰ সম্পৰ্ক আৰু সম্ভাৱনাক লৈ আলোচনা হব।
  • ভাৰত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ একাধিক উচ্চ পদস্থ বিষয়াই অংশগ্ৰহণ কৰিব এই আলোচনাচক্ৰত।
  • আলোচনা চক্ৰত উপস্থিত আছে অসম চৰকাৰৰ মুখ্য সচিবকে ধৰি একাধিক উচ্চ পদস্থ বিষয়া।