ৰূপহীহাটৰ বিদ্যুৎস্পৃষ্ট ঘটনা, তিনিজনক নিলম্বন

ৰূপহীহাটৰ বিদ্যুৎস্পৃষ্ট ঘটনা, তিনিজনক নিলম্বন
  • ৰূপহীহাটৰ বিদ্যুৎস্পৃষ্ট ঘটনাৰ পাছতহে গা লৰিছে বিদ্যুৎ বিভাগৰ।
  • ৩জনক নিলম্বনৰ নিৰ্দেশ এ এছ ই বিৰ।
  • নিলম্বন কৰা হৈছে এছ ডি অ' পল্লৱ দাস আৰু কনিষ্ট অভিযন্তা দীপক প্ৰধানক।
  • লাইনমেন ফকৰুল ইছলামকো নিলম্বন কৰা হৈছে।
  • সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে শক্তিমন্ত্ৰী তপন গগৈয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in