প্ৰতীকি ফটো
প্ৰতীকি ফটো

পাঞ্জাবাৰীৰ শিশু গৃহৰ পৰা ৪ শিশুৰ পলায়ন, দুজনক উদ্ধাৰ…

  • মহানগৰীৰ শিশু গৃহৰ পৰা পলায়ন ৪টি শিশুৰ।
  • পাঞ্জাবাৰীত থকা শিশু গৃহৰ পৰা পলায়ন কৰে শিশু কেইটাই।
  • দুটি শিশুক উদ্ধাৰ কৰে চাইল্ডলাইনে।
  • উদ্ধাৰ কৰা শিশু দুটিৰ ঘৰ ধেমাজি আৰু গোলাঘাটৰ বৰপথাৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in