জনসংযোগৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰদীপ ব্ৰহ্ম

জনসংযোগৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰদীপ ব্ৰহ্ম
  • জনসংযোগৰ ভাৰপ্ৰাপ্ত সঞ্চালকৰ দায়িত্বত প্ৰদীপ ব্ৰহ্ম।
  • সোমবাৰে প্ৰদীপ ব্ৰহ্মই গ্ৰহণ কৰা এই দায়িত্ব।
  • ৩০ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰিছিল পূৰ্বৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱাই।
  • ৰাজীৱ প্ৰকাশ বৰুৱাক জনসংযোগৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে নিযুক্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in