আগন্তুক ২ বছৰত কেইবাখনো কলেজ বিশ্ববিদ্যালয় হ’ব…

আগন্তুক ২ বছৰত কেইবাখনো কলেজ বিশ্ববিদ্যালয় হ’ব…
  • অসমত বৃদ্ধি পাব বিশ্ববিদ্যালয়ৰ সংখ্যা।
  • শিৱসাগৰ, লখিমপুৰ, যোৰহাটৰ জে বি কলেজ সন্দিকৈ কলেজক দিয়া হ'ব বিশ্ববিদ্যালয়ৰ মৰ্যদা।
  • আগন্তুক দুবছৰৰ ভিতৰত এই মহাবিদ্যালয় কেইখনক উত্তৰণ কৰা হ'ব বিশ্ববিদ্য়ালয়লৈ।
  • আনহাতে এতিয়াৰে পৰা হ'ব অনলাইনযোগে শিক্ষকৰ বদলিকৰণ।
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে কৰিছে ঘোষণা।
  • নতুন শিক্ষা নীতিৰ আধাৰত শৈক্ষিক উত্তৰণ সন্দৰ্ভত জি এম চি এইছৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সন্মিলনত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in