গণৰাজ্য দিৱসত কোনে ক’ত কৰিব পতাকা উত্তোলন …

গণৰাজ্য দিৱসত কোনে ক’ত কৰিব পতাকা উত্তোলন …
  • গণৰাজ্য দিৱসলৈ আৰু মাজত মাত্ৰ কেইটামান দিন বাকী।
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিচৰা অনুসৰি –
  • গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কোনে কোনে কৰিব তাৰ এক তালিকা প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে।
  • তালিকাত উল্লেখ কৰা অনুসৰি পতাকা উত্তোলন কৰিব–
  • নলবাৰীত ৰঞ্জিত কুমাৰ দাস।
  • যোৰহাটত অতুল বৰা।
  • তামুলপুৰত উৰ্খাও গ্বাৰা ব্ৰহ্ম।
  • গোৱালপাৰাত চন্দ্ৰ মোহন পাটোৱাৰী।
  • বঙাইগাঁৱত  পৰিমল শুক্লবৈদ্য।
  • ডিব্ৰুগড়ত কেশৱ মহন্ত।
  • শোণিতপুৰত ৰজোণ পেগু।
  • কাচাৰত অশোক সিংঘাল।
  • উত্তৰ লখিমপুৰত যোগেন মোহন।
  • গোলাঘাটত সঞ্জয় কিষাণ।
  • নগাঁৱত অজন্তা নেওগ।
  • তিনিচুকীয়াত পীয়ুষ হাজৰিকা।
  • ধুবুৰীত বিমল বৰা।
  • কোকৰাঝাৰত প্ৰমোদ বড়ো।
  • কাৰ্বি আংলঙত তুলিৰাম ৰংহাং।
  • ডিমাহাচাওত দেৱলাল গাৰ্লোছা।
  • ওদালগুৰিত গোবিন্দ চন্দ্ৰ বসুমতাৰী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in