নগাঁৱৰ ৰূপহীখাটত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ৬জনৰ

নগাঁৱৰ ৰূপহীখাটত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ৬জনৰ
  • নগাঁও জিলাৰ ৰূপহীখাটৰ দক্ষিণ খাটোৱালত ভয়ানক ঘটনা।
  • বিদ্যুত্স্পৃষ্ট হৈ মৃত্যু।
  • ১১হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰ ছিগি পৰি আছিল পুখুৰীত।
  • পুখুৰীটোত মাছ মাৰিবলৈ গৈছিল কেবাজনো লোক।
  • মৃত্যু হয় মাছ মাৰিবলৈ যোৱা ৬জন লোকৰ।
  • মৃতু হোৱা সকলৰ ভিতৰত আছে শিশু।
  • সমগ্ৰ ঘটনাক লৈ অঞ্চলটোত উত্তপ্ত পৰিস্থিতি।
  • বিদ্যুৎ বিভাগক তাৰ ছিগাৰ কথা জনাইছিল ৰাইজে।
  • পুৱা সংঘটিত এই ঘটনাৰ পাছতেই হাহাকাৰ পৰিস্থিতি।
  • আৰু ৫জন লোকৰ সংকটজনক অৱস্থাত ভৰ্তি হৈ আছে চিকিৎসালয়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in