পল্টনবজাৰ ৰেল ষ্টেচনত জব্দ বৃহৎ পৰিমানৰ বাৰ্মিছ ছুপাৰী…

পল্টনবজাৰ ৰেল ষ্টেচনত জব্দ বৃহৎ পৰিমানৰ বাৰ্মিছ ছুপাৰী…
  • গুৱাহাটীৰ পল্টনবজাৰ ৰেল ষ্টেচনত উদ্ধাৰ বৃহৎ পৰিমানৰ বাৰ্মিছ ছুপাৰী।
  • শনিবাৰে মাজনিশা এই ছুপাৰীখিনি জব্দ কৰা হয়।
  • জিআৰপি আৰু আৰপিএফৰ যৌথ অভিযানত জব্দ কৰা হয় এই ছুপাৰীখিনি।
  • জানিব পৰা মতে, আগৰতলাৰ পৰা অনা হৈছিল এই ছুপাৰীখিনি।
  • অৱশ্যে জব্দকৃত ছুপাৰীখিনিৰ বজাৰমূল্য বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
  • কাঞ্চনজংঘা এক্সপ্ৰেছত জব্দ কৰা হৈছে এই ছুপাৰীখিনি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in