কাকপথাৰত আলফাৰ ৩ লিংকমেন আটক

কাকপথাৰত আলফাৰ ৩ লিংকমেন আটক

ডিজিটেল সংবাদ, কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰত আলফাৰ বিৰুদ্ধে সেনাই চলোৱা অভিযানত আলফা স্বাধীনৰ ৩জন লিংকমেন আটক কৰিছে।

কাকপথাৰৰ বৰালীগাঁৱৰ পৰা আটক কৰা লিংকমেন কেইজন ক্ৰমে- মণিকান্ত মৰাণ, বিমান মৰাণ আৰু মিলন মৰাণ।

লিংকমেন কেইজনে ৪জন যুৱকক আলফাত যোগদান কৰাবলৈ চেষ্টা চলাওতেই সেনাইৰ হাতত ধৰা পৰে। সেনাই ধৃত লিংকমেন কেইজনক জেৰা অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in