স্বাস্থ্য অধিক অৱনতি বিশিষ্ট গায়িকা লতা মংগেশকাৰৰ…

স্বাস্থ্য অধিক অৱনতি বিশিষ্ট গায়িকা লতা মংগেশকাৰৰ…
  • স্বাস্থ্য অধিক অৱনতি ঘটিছে বিশিষ্ট গায়িকা লতা মংগেশকাৰৰ।
  • কোৰোনাত আক্ৰান্ত হোৱাৰ পাছতে তেওঁৰ স্বাস্থ্য অধিক অৱনতি ঘটিছে বুলি জানিব পৰা গৈছে।
  • উল্লেখ্য যে, ১১ জানুৱাৰী, তেওঁ মুম্বাইৰ ব্ৰিছ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।
  • তেওঁৰ কোৰোনাৰ উপৰিও নিউম'নিয়াও হৈছে বুলি জানিব পৰা গৈছে।
  • বৰ্তমান তেওঁ চিকিৎসকৰ তত্বাৱধানত আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in