কেৰালাৰ বানত নিহতৰ সংখ্যা ২৯লৈ বৃদ্ধি

কেৰালাৰ বানত নিহতৰ সংখ্যা ২৯লৈ বৃদ্ধি
  • কেৰালাৰ বান পৰিস্থিতি অপৰিৱৰ্তীত
  • বানত নিহতৰ সংখ্যা ২৯লৈ বৃদ্ধি
  • ইদ্দামালায়া বান্ধৰ এখন  গেটহে খুলি দিয়া হৈছে এতিয়া
  • বান্ধটোৰ চাৰিখন গেটেই খুলিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে
  • ইদ্দুকি নদীবান্ধত পুৱা ৮ বজাত জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে বিপদজনকভাৱে
  • হেলিকপ্টাৰেৰে বান পৰিস্থিতিৰ বুজ লয় কেৰালাৰ মুখ্যমন্ত্ৰীয়ে
  • কেন্দ্ৰই সাহায্য আগবঢ়াইছে বানাক্ৰান্তলৈ
  • ৰেল এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে
  • ৫৪জনৰো অধিক বিদেশী পৰ্যটকক উদ্ধাৰ কৰিছে সেনাই
  • ৰাজ্যখনত স্থাপন কৰা হৈছে ৪৪৯টা আশ্ৰয় শিবিৰ
  • বায়ু সেনাও নামি পৰিছে উদ্ধাৰ অভিযানত
  • নৌ সেনাক সাজু কৰি থৈছে যিকোনো পৰিস্থিতিৰ বাবে
  • অভূতপূৰ্ব পৰিস্থিতি কেৰালাত
  • ইদ্দুকি বান্ধৰ পৰা এৰা পানীয়ে সৃষ্টি কৰিছে অধিক জটিলতা
  • ইদ্দুকি বান্ধৰ ৫খন গেটেৰেই এৰিছে পানী
  • এতিয়াও কেৰালাত বৰষুণ হৈয়ে আছে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in