কামপুৰ-যমুনামুখ সংযোগী পথত কাঠভৰ্তি বাহন জব্দ, চালক-হেণ্ডিমেনক আটক বন বিভাগৰ…

কামপুৰ-যমুনামুখ সংযোগী পথত কাঠভৰ্তি বাহন জব্দ, চালক-হেণ্ডিমেনক আটক বন বিভাগৰ…
  • কামপুৰ-যমুনামুখ সংযোগী পথত মূল্যৱান কাঠভৰ্তি টাটা ম'বাইল জব্দ।
  • জব্দকৃত কাঠখিনিৰ মূল্য প্রায় ৫ লাখ টকা বুলি জানিব পৰা গৈছে।
  • বাহনখনৰ ড্রাইভাৰ আৰু হেণ্ডিমেনক আটক কৰিছে বন বিভাগে।
  • কাঠখিনি কঢ়িয়াই অনা গাড়ীখনৰ নম্বৰ এএছ ০২ই ৫৯০৯।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in