নগাঁৱৰ জুৰীয়াত বিদ্যুতৰ বিজুতিৰ বাবে অঘটন, ভস্মীভূত ১৫টাকৈ বাসগৃহ

নগাঁৱৰ জুৰীয়াত বিদ্যুতৰ বিজুতিৰ বাবে অঘটন, ভস্মীভূত ১৫টাকৈ বাসগৃহ
  • তপন গগৈ জুৰীয়াত উপস্থিত হোৱাৰ পূৰ্বে অঘটন।
  • জুৰীয়াৰ পামকালিয়াডঙ্গাত ভয়ানক অগ্নিকাণ্ড।
  • বিদ্যুতৰ বাবেই সূত্ৰপাত হ'ল এই অগ্নিকাণ্ডৰ।
  • জুইত জাহ গ'ল ১৫টাকৈ ঘৰ।
  • আকাশ আলী, মোহম্মদ আলীৰ পৰিয়ালৰ ১৫ ঘৰ ভস্মীভূত।
  • অগ্নিকাণ্ডৰ ফলত বিস্ফোৰিত হয় কেবাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰ।
  • ঘটনাস্থলীলৈ ৰাওনা হৈছে অগ্নিনিৰ্বাপক গাড়ী।
  • অগ্নিকাণ্ডত ক্ষতি হৈছে পামকালিয়াডঙ্গা নিম্ন প্ৰাথমিক বিদ্যালয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in