আন্তঃৰাষ্ট্ৰীয়

ইণ্ডোনেছিয়াত নিহতৰ সংখ্যা ১,২৩৪ লৈ বৃদ্ধি

asomiyapratidin
  • ইণ্ডোনেছিয়াত ভূমিকম্প আৰু ছুনামীত নিহতৰ সংখ্যা বৃদ্ধি।
  • ১২৩৪লৈ বৃদ্ধি নিহৰ সংখ্যা।
  • শুকুৰবাৰে ৰিখটাৰ স্কেলৰ ৭.৫ প্ৰাবল্যৰ ভূমিকম্প জোকাৰি গৈছিল ইণ্ডোনেছিয়াৰ ছুলাৱেছী দ্বীপ।
  • তাৰপাছতেই সৃষ্টি হৈছিল ২০ ফুট উচ্চতাৰ ছুনামী।
  • ছুনামীয়ে ধুই নিছিল পালু চহৰ।
  • ধ্বংসস্তূপত পৰিণত হৈছিল চহৰখন।
  • সন্ধানহীন হৈছিল সহস্ৰাধিক লোক।