Published on:
Updated on:
- ডুবাইত অনুষ্ঠিত এছিয়া কাপৰ তৃতীয়খন খেলত বাংলাদেশৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ।
- ৭ উইকেটত বাংলাদেশক পৰাস্ত কৰিলে ভাৰতে।
- প্ৰথমে বেটিং কৰি ৪৯.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই বাংলাদেশে সংগ্ৰহ কৰিছিল ১৭৩ ৰান।
- বাংলাদেশৰ হৈ মেহিদী হাচানে স্ক'ৰ কৰে ৪২ ৰান।
- মাত্ৰ ৩৬.২ অভাৰতে এই লক্ষ্যত উপনীত হয় টীম ইণ্ডিয়া।
- হংকং, পাকিস্তানক পৰাস্ত কৰাৰ পাছতে ২০১৮ বৰ্ষৰ এছিয়া কাপত এয়া ভাৰতৰ তৃতীয় জয়।
- ভাৰতৰ হৈ যোজবেন্দ্ৰ চহলে ১০ অভাৰত ৪০ ৰান দি সৰ্বাধিক ৪টা উইকেট লাভ কৰে।
- ভূৱনেশ্বৰ কুমাৰ, যশপ্ৰীত বুমৰাহে ৩টা আৰু ৰবীন্দ্ৰ জাদেজাই দখল কৰে এটা উইকেট।
- অপেনাৰ ৰোহিত শৰ্মাৰ ৮৩ ৰানৰ অৰ্ধশতকীয় ইনিংছ উপহাৰ।
- শিখৰ ধাৱানে ৪৭টা বলত সংগ্ৰহ কৰে ৪০ ৰান।
Code:
Asomiya Pratidin
www.asomiyapratidin.in