মুখ্য-পৃষ্ঠা

বৃদ্ধি পাইছে সংক্ৰমণঃ দেশত যোৱা ২৪ ঘন্টাত দুই লক্ষাধিক লোক কোৰোনাত আক্ৰান্ত, ৩৮০জনৰ মৃত্যু …

asomiyapratidin
  • দেশত প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ।
  • ৰাজ্যত পুনৰ ২৪৭৪১৭জন কোৰোনাত আক্ৰান্ত।
  • বুধবাৰৰ তুলনাত এই সংখ্যা ২৭ শতাংশ অধিক।
  • যোৱা ২৪ ঘন্টাত ভাৰতত সুস্থ হয় ৮৪৮২৫জন লোক।
  • এতিয়াও দেশত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১১১৭৫৩১জন ৰোগী।
  • বৰ্তমান সময়ত দেশত পজিটিভিটী হাৰ ১৩.১১ শতাংশ।
  • যোৱা ২৪ ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত ৩৮০জনৰ মৃত্যু হয়।