দেশত পুনৰ ৩১ সহস্ৰাধিক লোক কোভিডত আক্ৰান্ত, ২৮২জনৰ মৃত্যু…

দেশত পুনৰ ৩১ সহস্ৰাধিক লোক কোভিডত আক্ৰান্ত, ২৮২জনৰ মৃত্যু…
  • ভাৰতত পুনৰ ৩১৯২৩জন কোৰোনাত আক্ৰান্ত।
  • যোৱা ঘন্টাত দেশত ৩১৯৯০জন লোক সুস্থ হোৱাৰ বিপৰীতে ২৮২জনৰ মৃত্যু।
  • এতিয়াও দেশত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩০১৬০৪জন লোক।
  • ইফালে, যোৱা ২৪ ঘন্টাত দেশত ৭১৩৮২০৫জন লোকক প্ৰদান কৰা হৈছে ভেকচিন।
  • স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বৰ্তমানলৈ দেশত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৩২৮১৫৭৩১জনলৈ বৃদ্ধি পাইছে।
  • আনহাতে, ভেকচিন দিয়া লোকৰ সংখ্যা বৰ্তমানলৈ হৈছেগৈ ৮৩৩৯৯০০৪৯জন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in