ক্রীড়া-জগত

হিমাৰ দেহত কোভিডঃ পাটিয়ালত চলাই আছিল অনুশীলন…

asomiyapratidin
  • কোভিড আক্ৰান্ত হ'ল তাৰকা এথলিট হিমা দাস।
  • ধিং এক্সপ্ৰেছ হিচাপে খ্যাত হিমাৰ দেহত মঙ্গলবাৰে কোভিডৰ উপস্থিতি ধৰা পৰে।
  • পাটিয়াাস্থিত ছাইত প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল হিমাই।
  • পাটিয়ালাত হিমাই পৰৱৰ্তী এছিয়ান গেমছ আৰু কমনৱেল্থ গেমছৰ বাবে প্ৰস্তুতি চলাই আছিল।
  • বৰ্তমা পাটিয়ালাতে আছে এথলিটগৰাকী।