অসম

গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি…

asomiyapratidin
  • ছিপাঝাৰৰ গৰুখুটিৰ ঘটনা সন্দৰ্ভত ৰাইজৰ দলৰ সংবাদমেল।
  • সংবাদ মেলত গৰুখুটিৰ ঘটনাক বেআইনী ,অমানৱীয় আখ্যা দলটোৰ।
  • গৰুখুটিৰ জনতাক পুনৰ সংস্থাপন দিবলৈ দাবী ৰাইজৰ দলৰ।
  • এই উচ্ছেদক বেআইনী ,চৰকাৰ, প্ৰশাসনৰ বৰ্বৰতা বুলি মন্তব্য ৰাইজৰ দলৰ।
  • বিকল্প সংস্থাপন নিদিয়াকৈয়ে উচ্ছেদ চলাইছে প্ৰশাসনে।
  • গণতান্ত্ৰিক আন্দোলনক নস্যাত কৰি প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰিছে প্ৰশাসনে।
  • গৰুখুটি অঞ্চলত বসবাস কৰা লোকসকল বিদেশী নহয়।
  • ভূমিহীন লোকক গুলীয়াই হত্যাকৰা ঘটনাক গৰিহণা ৰাইজৰ দলৰ।
  • গুলীয়াই হত্যা কৰা পুলিচ বিষয়াক শীঘ্ৰে অপসাৰণৰ দাবী দলটোৰ।
  • মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ চলোৱাত ব্যৰ্থ হৈছে।
  • ভূমিহীন লোকক বিদেশী সজাব বিচাৰিছে।
  • ভূমিহীন লোকক উপযুক্ত স্থানত সংস্থাপন দিয়ক।
  • আমি উচ্ছেদ বিৰোধী নহয়, কিন্তু বিকল্প সংস্থাপন অবিহনে উচ্ছেদ কৰিবলৈ দিয়া নহব।
  • এই ঘটনাত আৰক্ষী অধীক্ষকে দাদাগিৰি কৰিছে।
  • মুখ্যমন্ত্ৰীৰ ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকে এনে আচৰণ কৰিছে।
  • এই মন্তব্য ৰাইজৰ দলৰ।
  • পুলিচ প্ৰশাসনক নিয়ন্ত্ৰণ কৰিবলৈ অনুৰোধ ৰাইজৰ দলৰ নেতা আজিজুৰ ৰহমানৰ।