নাৰী দেহ ব্যৱসায়ীৰ ৰূপত আৰক্ষী বিষয়া! মহানগৰীৰ বশিষ্ঠত নাৰীদেহৰ চক্ৰ উৎখাত…

নাৰী দেহ ব্যৱসায়ীৰ ৰূপত আৰক্ষী বিষয়া! মহানগৰীৰ বশিষ্ঠত নাৰীদেহৰ চক্ৰ উৎখাত…
  • নাৰী দেহ ব্যৱসায়ীৰ ৰূপত স্বয়ং আৰক্ষী বিষয়া ।
  • মহানগৰীৰ বশিষ্ঠৰ চিআইডি আবাসী গৃহত এতিয়া নাৰী দেহৰ ৰমৰমীয়া ঘাটি।
  • মহানগৰীৰ বশিষ্ঠত আৰক্ষী বিষয়াৰ ঘৰতেই নাৰীদেহৰ চক্ৰ উৎখাত।
  • কমলুদ্দিন আহমেদ নামৰ আৰক্ষী বিষয়জনৰ ঘৰত উৎখাত নাৰী দেহ চক্ৰ ।
  • লগতে উদ্ধাৰ হৈছে এডাল কেকো  সাপ।
  • স্থানীয় লোকৰ অভিযোগ দীর্ঘদিন ধৰি বিষয়া জনৰ ঘৰত চলাই আছে নাৰী দেহৰ ব্যৱসায়।
  • মায়ঙৰ পৰা অনা এগৰাকী যুৱতীয়ে পোহৰলৈ এনে ঘটনাটো ।
  • কামলুদ্দিন আহমেদ নামৰ  আৰক্ষী বিষয়া গৰাকী এছবি ব্ৰাঞ্চত কৰ্মৰত ।
  • মহানগৰীৰ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানত কাম দিয়াৰ চলেৰে যুৱতী সমূহক আনি দেহ ব্যৱসায় চলাই গৈছিল ধৃত কামলুদ্দিনে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in