প্ৰতীকি ফটো
Published on:
Updated on:
- মঙলবাৰে ভূমিকম্পই জোঁকাৰি গ'ল মণিপুৰ।
- ৰাজ্যখনৰ মৈৰাঙত অনুভূত হয় ৪.১ প্ৰাবল্যৰ ভূমিকম্পন।
- সন্ধিয়া প্ৰায় ৪.১০ বজাত অনুভূত হয় জোঁকাৰণি।
- এতিয়ালৈকে কোনো লোক হতাহত হোৱা নাই ভূমিকম্পৰ ফলত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in