অসম

পুৱাই দুটাকৈ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য

asomiyapratidin
  • ৰাজ্যত দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি।
  • ৰাজ্যৰ বিভিন্ন স্থানত জোকাৰণি অনুভূত।
  • পুৱা ৯.২৩ বজাত অনুভূত ভূমিকম্পৰ জোকাৰণি।
  • ক্ষয়-ক্ষতিৰ কোনো বাতৰি পোৱা হোৱা নাই বৰ্তমানলৈ।
  • ৪ মিনিট পাছতেই অনুভূত হ'ল দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি।