পুনৰ দেওবাৰে দিছপুৰ থানাত হাজিৰ হ’ব লাগিব ডাঃ নৱনীল বৰুৱা…

পুনৰ দেওবাৰে দিছপুৰ থানাত হাজিৰ হ’ব লাগিব ডাঃ নৱনীল বৰুৱা…
  • জিএনআৰচিৰ চিকিৎসক ডাঃ নৱনীল বৰুৱাক স্বাস্থ্য পৰীক্ষা সম্পন্ন।
  • দ্বিতীয় দিনা জেৰাৰ অন্তত স্বাস্থ্য পৰীক্ষা কৰে আৰক্ষীয়ে চিকিৎসক গৰাকীৰ।
  • পুনৰ দেওবাৰে তেওঁ হাজিৰ হ'ব লাগিব দিছপুৰ থানাত।
  • পুৱা ১০ বজাত ডাঃ বৰুৱাক জেৰাৰ বাবে পুনৰ হাজিৰ হোৱাৰ নিৰ্দেশ।
  • শুকুৰবাৰে প্ৰথম ৰাজকন্যা বৰুৱা কাণ্ডৰ সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে জেৰা কৰিছিল ডাঃ বৰুৱাক।
  • প্ৰথম দিনাৰ জেৰাৰ অন্ততো স্বাস্থ্য পৰীক্ষা কৰি তেওঁক যাবলৈ দিয়া হৈছিল ঘৰলৈ।
  • দ্বিতীয় দিনাও অনুৰূপ ধৰণেই দীৰ্ঘসময় জেৰাৰ অন্তত স্বাস্থ্য পৰীক্ষা কৰি ঘৰলৈ যোৱাৰ অনুমতি দিয়ে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in