ডাঃ নৱনীল বৰুৱাক চৰ্ত সাপেক্ষে জামিন…

ডাঃ নৱনীল বৰুৱাক চৰ্ত সাপেক্ষে জামিন…
  • জামিন পালে চিকিৎসক নৱনীল বৰুৱাই।
  • তিনিদিনৰ জেৰাৰ অন্তত ডাঃ বৰুৱাক কৰা হৈছিল গ্ৰেপ্তাৰ।
  • দিছপুৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চিকিৎসক গৰাকীক।
  • দিছপুৰ থানাৰ গোচৰত জামিন লাভ।
  • মডেল ৰাজকন্যা বৰুৱাক ৰক্ষণা-বেক্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ডাঃ বৰুৱা।
  • নিৰ্দিষ্ট চৰ্তৰ ভিত্তিত জামিন দিয়া হৈছে ডাঃ নৱনীল বৰুৱাক।
  • তদন্ত চলি থকা সময়চোৱাত নৱনীল বৰুৱাক আৰক্ষীয়ে বিচাৰিলে তদন্তৰ ক্ষেত্ৰত সহযোগিতাত আগবঢ়াব লাগিব।
  • আনহাতে, অসম এৰি বাহিৰলৈ যাব লগা হ'লেও তেওঁ দিছপুৰ আৰক্ষীক অৱগত কৰি যাব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in